Datasets:
audio audioduration (s) 0.5 27.9 | sentence stringlengths 1 412 | language stringclasses 1 value | source stringclasses 1 value |
|---|---|---|---|
হালদীৰামৰ পৰা মোৰ বাবে ফালুদা অৰ্ডাৰ কৰি দিয়া | assamese | ai4bharat/IndicVoices | |
আমি অসমীয়া মানুহবিলাকে পৰম্পৰাগত পিঠা বনাওঁ ঢেঁকীত পিঠা খুন্দি লওঁ খুন্দি পেলাই বনাওঁ তিল পিঠা বনাওঁ ভৰকীয়া পিঠা বনাওঁ সুতুলী পিঠা বনাওঁ ভাপৰ পিঠা বনাওঁ | assamese | ai4bharat/IndicVoices | |
আৰু | assamese | ai4bharat/IndicVoices | |
বহুত ধৰণৰ পিঠা বনাওঁ হেৰি তিল পিঠা বনাবলৈ হ'লে আমি বৰা চাউল তিয়াই লওঁ তিয়াই এঘন্টামান দুঘন্টামান নতুন বৰা হ'লে বেছিকে তিয়াব নালাগে এঘন্টামান তিয়াই লৈ চাউলখিনি টুকি ফৰফৰীয়া কৰি পিঠা খুন্দি লৈ | assamese | ai4bharat/IndicVoices | |
পিঠা ঘন চালনীৰে চালি অলপ অলপ হেচি যাওঁ তেতিয়াই পিঠাটো বনাবলৈ ভাল হয় | assamese | ai4bharat/IndicVoices | |
তিলখিনি ভাজি লওঁ ভাজি লৈ গুৰ সানি ধুনীয়াকে নহ'লে নাৰিকল ৰুকি লৈ নাৰিকল খিনি ভাজি চেনিৰ লগত ভাজি লৈ | assamese | ai4bharat/IndicVoices | |
কাঢ়ি লৈ তাৰ পিছত টাৱা বা কেৰাহীত পিঠা কেইটা দি হেতাৰে নহ'লে কিছুমানে আমি মইটো হাতেৰেই পুৰোঁ | assamese | ai4bharat/IndicVoices | |
আজিকালি আকৌ বোৱাৰী জীয়ৰীবিলাকে হাত নলগাই হেতা দি বনাই মেলি লৈ তাৰ পিছত নুৰিয়াই দি তিলপিঠাটো বনোৱা হয় | assamese | ai4bharat/IndicVoices | |
সুতুলী পিঠাটো তেনেকে ঠিক তেনেকে সুতুলীৰ দৰে বনাওঁ সানি লৈ সুতুলীৰ দৰে বনাই ভাপত দি হেৰি কৰি লৈ আমি সুতুলী পিঠা বনাওঁ | assamese | ai4bharat/IndicVoices | |
তেনেকে ভাপৰ পিঠাও পানী প্ৰথমতে নিমখ বা চেনি গুলি নহ'লে তাত নাৰিকল দিব লাগে নাৰিকল দিলে চেনি দিব লাগে চেনি দি সানি লৈ ৰুকি পেলাই সানি লৈ চালনীত চালি | assamese | ai4bharat/IndicVoices | |
চাউল চলা চালনীত চালি লৈ পিঠাখিনি গামলা এটাত ভৰাই ল'ব লাগে তাৰ পিছতে | assamese | ai4bharat/IndicVoices | |
হেৰি এই আজিকালি তাৰ ভাপৰ পিঠা বনোৱা চাকনিও ওলাইছে চাকনি দি সেই কুকাৰটো হুইছেলটো খুলি তাৰ ভাপত বহুৱাই দিলে | assamese | ai4bharat/IndicVoices | |
একমিনিটো নালাগে এটা ভাপৰ পিঠা বনাবলে তেনেকেই বনাইছোঁ আমি নহ'লে আগতেটো ডেক্সি পিঠা বুলি কয় ডেকৰ | assamese | ai4bharat/IndicVoices | |
ঢাকনিখনত ভাল পাতল পিঠাখিনি ভৰাই লৈ ভাল পাতল কাপোৰ এখনেদি ধুনীয়া কাপোৰ এখনেদি ঢাকি লৈ ওভতাই পেলাই ডেক্সিটোৰ মুখত নলিছাটোত ঠিলা এটা দি ডেক্সিমুখত | assamese | ai4bharat/IndicVoices | |
দি পেলাই ভাপৰ পিঠা বনাইছিলোঁ আজিকালি অৱশ্যে তেনেকে ওলাইছে চাকনি তাৰ পিছত সেই ভুৰুকীয়া পিঠাটো | assamese | ai4bharat/IndicVoices | |
মগ এটা বা বাতি এটাত নিমখ দি আমি পানী দি গুলি লওঁ গুলি লৈ কেৰাহীখন পাতি ঢালি লৈ কেৰাহীখন ডাঙি এনেকে এনেকে অকণমান ঘূৰাই দি তেতিয়া পাতল হয় আৰু বস্তুটো নহ'লে ঘূৰাই নিদিলে ডাঠ হয় তেনেকে আমি ভুৰুকীয়া পিঠা বনাওঁ খাবলৈও ভাল হয় কোমল হয় হেৰি তেনেকে পিঠা বনাওঁ | assamese | ai4bharat/IndicVoices | |
আৰু ভাপৰ পিঠাৰ কথা ক'লোৱেই তিলৰ পিঠা আৰু এবিধ এতিয়া আমি আজিকালি মালপোৰা পিঠা বুলি কয় চেনি গুৰ দি পিঠাখিনি খুন্দি গুৰ দি লৈ | assamese | ai4bharat/IndicVoices | |
গুলি পানী দি গুলি পেলাই <unintelligible> বেকিং দিব লাগে আৰু কিবা কিবি মচলা জাতীয় বস্তু লং ইলাচি দিলে গোন্ধটো ভাল হয় দি সেইটো পিঠা পুৰিবলে আকৌ তেল বহুত লাগে | assamese | ai4bharat/IndicVoices | |
তেনেকে গুলি লৈ থৈ পেলাই কাপ বা বাতি এটাই নহলে গোল হেতা এখন দি তেলখিনি সৰহকে দি তাত দিলে বস্তুটো ফুলি আহে | assamese | ai4bharat/IndicVoices | |
ফুলি লৈ লৰাই ওলোটাই পোলোটাই দিলে ধুনীয়া ৰঙৰ ৰং ৰঙা ৰঙ ৰঙচুৱা হলেই কাঢ়ি দিলে সেইটো মালপোৰা পিঠা বুলি কয় | assamese | ai4bharat/IndicVoices | |
ঠিক তেনেকে বিভিন্ন ধৰণে বিভিন্ন সময়ত তেনেকুৱা পিঠা পুৰিব পাৰি আকৌ আমি এতিয়া খেতি কৰা মানুহ খেতি কৰা শেষত ভাদ মাহত প্ৰথম ভাদ মাহত আমি | assamese | ai4bharat/IndicVoices | |
নাঙলধোৱা পিঠা বুলি কয় তেনেকে আমি পিঠা খুন্দি ভাত খোৱা চাউলৰ পিঠা খুন্দি গৰম পানী অকনমান নোৱাই আমি ভাত পিঠাও বনাওঁ | assamese | ai4bharat/IndicVoices | |
পানীখিনি উতলাই লওঁ উতলাই লোৱা পিছত জুই তলত জুই দি ওপৰত সেই কেৰাহী পাতি তাৰপিছত চালনীয়েদি পিঠাখিনি সানি লৈ চালনীত চালি সেই আকৌ হেতায়েদি বা আগৰ দিনত সৰু সৰু জকাই বনাই দিয়ে পিঠাখিনি কাঢ়িবৰ কাৰণে | assamese | ai4bharat/IndicVoices | |
সেই জকায়েদি পিঠাখিনি কাঢ়ি পাতত কলপাত কাটি তাত মুকলিকে মেলি দি ভাতটোৰ দৰে ভাতটোৰ দৰে হয় ধুনীয়া হয় খাবলেও ভাল গাখীৰৰ লগত নহ'লে মাংস হাঁহ মাংস লগত বেছি ভাল ভাত পিঠা খাবলে | assamese | ai4bharat/IndicVoices | |
হাঁহে কোমোৰাই বনাই লৈ একেবাৰে ভাত পিঠা তেনেকে খাওঁ নহ'লে তৰাপাত দি বান্ধি আমি পানীখিনি উতলাই তৰাপিঠাখিনি সানি | assamese | ai4bharat/IndicVoices | |
তৰাপাত কাটি আনি তৰাপাত বান্ধি বান্ধি আমি তেনেকে হেৰি কৰোঁ এনেকে বিভিন্ন ধৰণে আমি পিঠা বনাব পাৰোঁ | assamese | ai4bharat/IndicVoices | |
পিঠাৰ বিষয়ে ইমানকে কৈছোঁ আৰু | assamese | ai4bharat/IndicVoices | |
হিমালয় পৰিস্থিতিতন্ত্ৰই বহুত বহুতো প্ৰাণী উদ্ভিদ আৰু বিৰল বনৌষধিৰ বাবে বাসস্থান প্ৰদান কৰে | assamese | ai4bharat/IndicVoices | |
হয় মই কেতিয়াও দেখি পোৱা নাই আৰু মোৰ লগত অপ্ৰত্যাশিত বস্তু এটা ঘটি গৈছে সেইদিনাখন মই আহি আছিলোঁ আহি থাকোঁতে | assamese | ai4bharat/IndicVoices | |
কোনে জানো এনেকুৱা কাম কৰে ৰাস্তাত কল খাই কলৰ বাকলি পেলাই থৈ দিছিলে মই তাতে পিচল খাই পৰিলোঁ মোৰ কঁকালৰ বিষ উঠি আছে এতিয়াও | assamese | ai4bharat/IndicVoices | |
মই কেনেকৈ হঠাৎ মই অপ্ৰত্যাশিতভাৱে সেই বস্তুটো হৈ গ'ল মই পাহৰিব পৰা নাই আৰু মই ট্ৰেকত ফটো তোলোঁ কঁকালৰ বিষৰ কাৰণে মই উঠি উঠি পেলাই ইমান খোজকাঢ়িবও নোৱাৰোঁ বহি বহিয়ে এনেকৈ ফটো তোলোঁ | assamese | ai4bharat/IndicVoices | |
আৰু ক'ৰবাত প'ষ্ট কৰিবলৈ মোৰ তেনেকৈ সময় সুবিধাই নাই আৰু এনেকৈ মই এতিয়া ইমান নেজানোঁও মই | assamese | ai4bharat/IndicVoices | |
সেইবাবে ইউটিউবৰ বিষয়ে বা ইনষ্টাগ্ৰামৰ বিষয়ে ইমান ভালদৰে নাজানোঁ যি এটা পাওঁ চাই থাকোঁ কিছুমানে শুনি থাকোঁ ইনষ্টাগ্ৰামত ফটো আপলোড দিয়ে এফ বিত ফটো আপলোড দিয়ে তোলে প'ষ্ট কৰে মই তেনেকৈ পষ্ট নকৰোঁ | assamese | ai4bharat/IndicVoices | |
মোক গাড়ী ধোৱা শ্বেম্পুৰ সকলো বস্তু দেখুওৱা | assamese | ai4bharat/IndicVoices | |
কাইলৈ সোমবাৰে পুৱা আঠ বজাত এটা এলাৰ্ম ছেট কৰা | assamese | ai4bharat/IndicVoices | |
চৈধ্য জুলাইত মোৰ বন্ধু এজনৰ জন্মদিন আছিল পোন্ধৰ জুলাইত মই পথাৰৰ কামত ব্যস্ত আছিলোঁ ষোল্ল জুলাইত মই মোৰ বন্ধু কেইজনমানৰ লগত ফুৰিবলৈ গৈছিলোঁ সোতৰ জুলাইত মই ঘৰৰ পৰিয়ালৰ লগত সৈতে একেলগে খানা খাইছিলোঁ | assamese | ai4bharat/IndicVoices | |
আৰু ওঠৰ জুলাইত মই পঢ়া শুনা কৰি আছিলোঁ | assamese | ai4bharat/IndicVoices | |
শিকা | assamese | ai4bharat/IndicVoices | |
মই তামিলনাডু ৰাজ্যত ওঠৰ যোগ বছৰ বয়সৰ ক'ভিচিল্ড ভেকচিন ক'ত পাম | assamese | ai4bharat/IndicVoices | |
অসম মেঘালয় ত্ৰিপুৰা মণিপুৰ নাগালেণ্ড | assamese | ai4bharat/IndicVoices | |
বহুলভাৱে জন ৰাষ্ট্ৰপতি বুলি উল্লেখিত তেওঁ একক কাৰ্য্যকালৰ পিছত শিক্ষা লিখা মেলা আৰু জনসেৱাৰ অসামৰিক জীৱনলৈ ঘূৰি আহিছিল | assamese | ai4bharat/IndicVoices | |
অন | assamese | ai4bharat/IndicVoices | |
চৰাই | assamese | ai4bharat/IndicVoices | |
দুহেজাৰ পোন্ধৰ চনৰ পৰা এই ফাউণ্ডেশ্যনে চুৰাট পৌৰ নিগমৰ দ্বাৰা আয়োজিত সঞ্জীৱ কুমাৰ বাৰ্ষিক নাট প্ৰতিযোগিতাৰ পৃষ্ঠপোষকতাও কৰি আহিছে | assamese | ai4bharat/IndicVoices | |
হেল্ল' বাজাজ এজেন্সি হয়নে কালি যে আপোনাৰ গাড়ীখন যে ঠিক কৰিছিলোঁ অঁ তাকে এতিয়া মানে আহি আছোঁ বাৰু | assamese | ai4bharat/IndicVoices | |
অঁ তাকে আপোনাৰ আকৌ আহি থাকোঁতে আপোনাৰ আধা ৰাস্তাত মানে গাড়ীখন অলপ বেয়া হ'ল আৰু ইমান বেয়া বেয়া ৰাস্তাইদি নি সোমোৱাইছে গাড়ীখন গোটেই মানে সবৰে অৱস্থা বেয়া হৈ গৈছেগৈ | assamese | ai4bharat/IndicVoices | |
তাৰপিছত এতিয়া আকৌ আপোনাৰ ড্ৰাইভাৰজনকো আকৌ পইচা বেছিকৈ লাগে নহয় এতিয়া বাৰু কেনেকৈ বেছিকৈ দিয়ে আপোনাৰ লগত যিটো মানে পইচাৰ কথা পতা হৈছিল তাতকৈ এতিয়া বেছিকৈ বিচাৰিছে ছয় সাত হেজাৰ টকা বিচাৰিছে সেইটো এতিয়া কেনেকৈ দিম এতিয়া আকৌ আপোনাৰ ড্ৰাইভাৰজনৰ ব্যৱহাৰটোও বেয়া ইমান বেয়া বেয়াকৈ কৈছে ষ্টুডেণ্টবোৰক | assamese | ai4bharat/IndicVoices | |
সবেইতো ভাল পোৱা নাই ন' সবেই এতিয়া মাৰিব ধৰিছে মই মানে যেন তেন ৰখাই মেলি থৈছোঁ আৰু কি ক'ব আৰু মানে ইমানেই বেয়া আপোনালোকৰ এজেন্সিটো মানে ভাল বুলি শুনিছিলোঁ তাৰপিছত এতিয়া মানে কি ক'ম আৰু ইমানেই বেয়া ব্যৱহাৰ কৰিছে ন' আপোনাৰ ড্ৰাইভাৰজনে | assamese | ai4bharat/IndicVoices | |
তাকে মানে কি কৰোঁ এতিয়া পইচা চইচা নিদিওঁ নেকি আৰু আপোনালোকক এনেকৈ ৰাখি পেলাই থৈ দিওঁ আৰু | assamese | ai4bharat/IndicVoices | |
অ' কওকচোন | assamese | ai4bharat/IndicVoices | |
অ' কিহত নিব লাগিব আপুনি কি মইটোতো ট্ৰেভেল এজেঞ্চি হয় আপুনি কেনেকুৱা গাড়ী লাগিব বা সেইটো কথা কওক কি গাড়ী লাগিব | assamese | ai4bharat/IndicVoices | |
আপুনি আপোনাক সোধা মতে আপুনি কেইজন এজনেই আপুনি যাব নে আৰু কোনোবা ফেমিলি মেম্বাৰ যাব লগত | assamese | ai4bharat/IndicVoices | |
আপুনি অকলে যাব তেতিয়াহ'লে আপোনাৰ এখন সৰু গাড়ী হ'লেও হৈ গ'ল চ' ৰাস্তা পদূলি | assamese | ai4bharat/IndicVoices | |
এই ৰ'ব ৰাস্তা পদূলিটো ইমান ভাল নহয় গতিকে আপুনি বলেৰ' এখন <unintelligible> গ'লে অল্প কমফৰ্ট পাব চ' ইয়াৰ পৰা গুৱাহাটীলৈ আপুনি যদি বলেৰ'খনত যায় তেতিয়াহ'লে আপুনি মোক | assamese | ai4bharat/IndicVoices | |
ফিফটিন থাউচেণ্ড বা থাৰ্টিন টু ফিফটিন থাউচেণ্ড দিব লাগিব যিহেতু আপুনি অকলে যাব গতিকে থাৰ্টিন থাউচেণ্ডটো আপুনি দিব লাগিব | assamese | ai4bharat/IndicVoices | |
পাৰ ডে' | assamese | ai4bharat/IndicVoices | |
অ' | assamese | ai4bharat/IndicVoices | |
অ' এইখিনি দেখুৱাই দিম আপুনি চিন্তা কৰিব নালাগে আপুনি য'তে যাব বিচাৰে গুৱাহাটী য'তে আপুনি ফুৰিব বিচাৰে আপুনি যাব পাৰিব কিন্তু তাত আপোনাৰ এক'ম'ডেশ্যনটো আপুনি নিজে কৰি ল'ব লাগিব আপুনি আকৌ গাড়ীখন লৈ গ'লে আমি অকল ফুৰাবলৈ নিব পাৰিম আপুনি এক'ম'ডেশ্যনটো নিজে হেৰি হোটেলত থকা মেলাটো আপোনাৰ দায়িত্ব আমাৰ দায়িত্ব নহয় | assamese | ai4bharat/IndicVoices | |
বুজি পালে নাই কথাটো সেইটো কথা গতিকে আপুনি নিজে ডিচিশ্যন ল'ব মই থাৰ্টিন থাউচেণ্ডত আপোনাক লৈ যাম বাৰু | assamese | ai4bharat/IndicVoices | |
লৈ গৈ পালে আপোনাক আপুনি যেতিয়াই গাড়ীখন বিচাৰে গুৱাহাটীত আপুনি হোটেলত আছে বা মই বেলেগত আছোঁ | assamese | ai4bharat/IndicVoices | |
আপুনি মোক কল কৰি দিলে আপুনি লগে লগে গাড়ী আপোনাৰ ওচৰত ষ্টেণ্ড হৈ যাব আৰু আপুনি গোটে দিনটো আপুনি যেতিয়া যেতিয়া আপুনি ফুৰিলৈ যায় আপুনি নিজৰ ইচ্চামতে ফুৰিব যাব মই বাকীখিনি লৈ যাম | assamese | ai4bharat/IndicVoices | |
সেয়ে আপুনি কামাখ্যালৈ যাব বিচাৰিছে উমানন্দ যাব বিচাৰিছে বা আপুনি আই আই আই টি আই যাব বিচাৰিছে আই আই টি যাব বিচাৰিছে গুৱাহাটী ইউনিভাৰচিটি যাব বিচাৰিছে | assamese | ai4bharat/IndicVoices | |
য'তেই যায় সেইটো আপোনাৰ নিজৰ পাৰ্চনেল কথা আপোনাক কেইদিনৰ কাৰণে গাড়ীখন লাগে এসপ্তাহৰ কাৰণে | assamese | ai4bharat/IndicVoices | |
চিক্স ডে'জ অৰ চেভেন ডে'জ | assamese | ai4bharat/IndicVoices | |
অ' হ'ব আৰু কি | assamese | ai4bharat/IndicVoices | |
অ'কে থেংক ইউ হেভ এ নাইচ ডে' | assamese | ai4bharat/IndicVoices | |
মই সাধাৰণতে বিভিন্ন ধৰণৰ মাছ খাই ভাল পাওঁ ইয়াৰ ভিতৰত সৰু মাছ ধৰি লওক বিভিন্ন প্ৰকাৰৰ ৰৌ পুঠি খলিহনাৰ বা নিচলা মাছ বা ইত্যাদি আদি মাছো ভাল পাওঁ তাৰ পিছত ৰৌ মিৰ্গা এনে ধৰণৰ ডাঙৰ বা মিডিয়াম মধ্যম চাইজৰ মাছো খাই ভাল পাওঁ তাৰ পিছত ডাঙৰ মাছো খাওঁ চিতল তিতল আদি কৰি সেনেধৰণৰ আৰু | assamese | ai4bharat/IndicVoices | |
মানুহে ধৰি লওঁক সাধাৰণতে নিজৰ ৰুচি অনুযায়ী নিজৰ ৰুচি ভেদে মাছ বিভিন্ন ধৰণৰ খায় অসমত এনেও মাছ বিভিন্ন প্ৰকাৰৰ পোৱা যায় যিহেতু নদী বা বিল ইত্যাদি বেছি গতিকে | assamese | ai4bharat/IndicVoices | |
সেয়ে আৰু মাছ ধৰি লওঁক খাই আৰু এইটো ভিন্ন ভেদে হ'ব পাৰে বিভিন্ন প্ৰকাৰৰ মাছ আছে যিহেতু গতিকে আৰু সহজে মাছ পোৱা যায় যিহেতু গতিকে অসম ভাৰতৰ ভিতৰত বহুত অধিক সংখ্যক বহুত সংখ্যক মাছ অসমত পায়ে সেয়ে আৰু গতিকে সেই ৰৌ মিৰ্গা ধৰি লওঁক এনেধৰণৰ মাছ আদি পাই আৰু সেইয়ে খায় | assamese | ai4bharat/IndicVoices | |
মোৰ কাৰণে একাপ কফি বনোৱা | assamese | ai4bharat/IndicVoices | |
ছয় | assamese | ai4bharat/IndicVoices | |
আমাৰ এই অঞ্চলত বহুতো মাছ পোৱা যায় আমাৰ ওচৰতে পথাৰ ডাঙৰ পথাৰ আছে এই পথাৰত আমি কাৱৈ গৰৈ শিঙি মাগুৰ যিবিলাক লোকেল মাছ সকলোৱে পোৱা যায় ইয়াত | assamese | ai4bharat/IndicVoices | |
আমি ধৰিবলৈ যাওঁ আমি কেতিয়াবা জাল পাতি খাওঁ চেপা পাতি খাওঁ আৰু কেতিয়াবা হাতেৰেও ধৰোঁ পুখুৰী সিঁচি খাওঁ মেচিন লগাই পানী সিঁচি মাছ ধৰোঁ আৰু | assamese | ai4bharat/IndicVoices | |
চালনি মাৰিও মাছ ধৰি খাব পাৰি আৰু হাতে খেপিয়াব গ'লেও মাছ পাই যায় আৰু বহুত ধৰণৰ মাছ পোৱা যায় কাৰণ কিয় আমাৰ পথাৰখন বহুত ডাঙৰ হয় | assamese | ai4bharat/IndicVoices | |
সেইটো কাৰণে আমাৰ মাছ ইয়াত অভাৱ নাই কিন্তু মাৰিব গ'লেই হ'ল কষ্ট কৰিলে সকলো পোৱা যায় | assamese | ai4bharat/IndicVoices | |
ইয়াত মাছৰ দাম বুলি ক'বলৈ গ'লে ইয়াত শিঙি মাগুৰ মাছৰ দামটো বেছি হয় আৰু তোৰা মাছৰ দাম বেছি বৰালি মাছৰ দাম বেছি যিবিলাক ডাঙৰ ডাঙৰ মাছ হয় সেইবিলাকৰটো দামটো এক্স ষ্ট্ৰা থাকেই বেছিয়েই হয় কিন্তু সৰু সুৰা মাছবিলাকো আজিকালি দিনত মানে বহুতে কষ্ট কৰি মাছ নেখায় সেইকাৰণে কিনি খাব বিচাৰে সেইকাৰণে কিনি খোৱা মানুহ বেছি কাৰণে দামটো বেছি হয় | assamese | ai4bharat/IndicVoices | |
ইয়াত শিঙি মাছৰ দাম হ'লে আঠশ টকা বা কেতিয়াবা হাজাৰ টকা হৈ যায় মাগুৰ মাছ শিঙি মাছৰ একেই দাম বৰালি মাছৰটো হাজাৰ ওপৰতে পৰে পুঠি মাছ তোমাৰ আপোনাৰ দুশ টকা ডেৰশ টকা এনেকৈ কিনি খাব লাগে আৰু কাৱৈ মাছৰ দামো আমাৰ ইয়াত বহুত বেছি হয় ছশ টকা চাৰিশ টকা কিলো হয় | assamese | ai4bharat/IndicVoices | |
ডাঙৰ কাৱৈ মাছ হ'লে ছশ টকা সৰু মাছ হ'লে সৰু কাৱৈ মাছ হ'লে চাৰিশ টকা তেনেকৈ আমাৰ ইয়াত মাছবিলাক কিনি খোৱা হয় | assamese | ai4bharat/IndicVoices | |
জীৱন বীমা বীমাৰ বাবে বীমাকৃত ধনৰাশি দুশ টকা বাছনি কৰক | assamese | ai4bharat/IndicVoices | |
ইণ্টাৰনেট বা বাতৰি কাকতে বহুখিনি মানে সুবিধা প্ৰদান কৰিছে মানুহৰ জীৱনলৈ যিখিনি মানুহে ঘৰতে থাকিয়েই জ্ঞান ল'ব পাৰে | assamese | ai4bharat/IndicVoices | |
কোনো যাতায়তৰ খৰচ দি পেলাই গৈ পেলাই স্কুলৰ হওক বা বিদ্যালয় কলেজ সেইবোৰত গৈ পেলাই জ্ঞান লোৱাৰ দৰকাৰ নাই কাৰণ যিখিনি মানুহ ঘৰত থাকে তেওঁলোকে ইণ্টাৰনেটত কিবা বস্তু চাৰ্চ কৰি দিলেই | assamese | ai4bharat/IndicVoices | |
পাব পাৰে নজনা বস্তুটো শিকিব পাৰে আৰু বাতৰি কাকতত ডেইলি যিবোৰ দৈনন্দিন জীৱনৰ | assamese | ai4bharat/IndicVoices | |
খবৰ থাকে দেশ বিদেশৰ সেইবোৰতো পায়েই লগতে বিজ্ঞাপনসমূহ যিসমূহ দিয়ে মানে | assamese | ai4bharat/IndicVoices | |
সেইসমূহো জানিব পাৰে তেনেকৈ চাবলৈ গ'লে বেংকৰ ক্ষেত্ৰতো ইণ্টাৰনেটে বহুখিনি সুবিধা প্ৰদান কৰিছে কাৰণ মেছেজ পঠিয়াই দিয়ে | assamese | ai4bharat/IndicVoices | |
টেক্সট মেছেজেছ যিবোৰ উপলব্ধ হয় আৰু বেংকৰ পলিচি থাকে যিবোৰ লাইফ ইঞ্চুৰেঞ্চ তেনেকৈ যিবোৰ পলিচি থাকে | assamese | ai4bharat/IndicVoices | |
যেনেকৈ আকৌ ঋণ দিবলৈ ক্ষেত্ৰতে হ'লেও ফোন কৰে কিছুমান কিছুমানৰ মোবাইলত আৰু সব কিছুমান ফেকো থাকে কিছুমান | assamese | ai4bharat/IndicVoices | |
সব যে মানে বিশ্বাসত ল'ব পাৰি তেনেকুৱা নহয় | assamese | ai4bharat/IndicVoices | |
হয় সঞ্জয় | assamese | ai4bharat/IndicVoices | |
এই গৰম বন্ধত কি কৰি আছা | assamese | ai4bharat/IndicVoices | |
এই দিনটো ঘৰত সোমাই সোমাই একদম আমনি লাগি গৈছে | assamese | ai4bharat/IndicVoices | |
তাকে প্লেনিং এটা কৰিছোঁ এই সন্ধিয়া সন্ধিয়া সন্ধিয়া বোলো এই এ টিম ফিল্ডত | assamese | ai4bharat/IndicVoices | |
খোজ কাঢ়িবলৈকে যাওঁ নেকি | assamese | ai4bharat/IndicVoices | |
তাৰপা এইপিনে ত্যাগ ক্ষেত্ৰত বোলে ফুডক'ৰটো খুলিছে তাতো এপাক সোমাই আহিব পাৰিম | assamese | ai4bharat/IndicVoices | |
হয় স্বাস্থ্যও ভাল হৈ থাকিব আৰু যথেষ্টখিনি মানুহ গোট খাই ইজন সিজনক লগো পাম এটা দুটা কথাও পাতিব পৰিম | assamese | ai4bharat/IndicVoices | |
মানে এতিয়া মানে গৰম বন্ধ যে সময় টো কেনেকৈ যায় কেনেকৈ নেযায় তেনেকুৱা লাগিছে | assamese | ai4bharat/IndicVoices | |
তাকে ভাবিছোঁ যে সন্ধ্যা সময়ত যদি ইনেই অকমান অকমান ওলাই যাওঁ এঘণ্টা দুঘণ্টা যদি তাত কটাই মেলি আহোঁ স্বাস্থ্যও ভালে থাকিলে মনটোও ভাল লাগি থাকিলে | assamese | ai4bharat/IndicVoices | |
তাকে মই বোলো যাব বা পাৰিবানে নোৱাৰা সেইকাৰণে বোলো ফোন এটা কৰি লওঁ | assamese | ai4bharat/IndicVoices | |
যোৱাটো মানে কি আৰু কাইলৈ যাম পৰহিলৈ যাম কৰি থাকিলেতো নহয় সেইকাৰণে ভাবিছোঁ যে আজিৰপৰাই আৰম্ভ কৰি দিওঁ যদি বতৰ মানে বৰষুণ নিদিয়ে | assamese | ai4bharat/IndicVoices | |
মানে ভাবিছোঁ যে অকমান যেতিয়া চিকমিক আন্ধাৰ হয় সেইটো সময়ত তাত মানে কি গ'লে ভাল হ'ব | assamese | ai4bharat/IndicVoices | |
বৰ বিশেষ গৰমো নালাগিব | assamese | ai4bharat/IndicVoices |
End of preview. Expand
in Data Studio
Indic Dialect ASR Dataset
A multilingual ASR dataset covering 30 Indic dialect/languages with 2.8M+ samples.
Usage
from datasets import load_dataset
# Load a specific language
ds = load_dataset("grushaaaaa/indic-dialect-asr", "assamese", split="train")
Features
- audio: 16kHz WAV audio
- sentence: Transcription text
- language: Language name
- source: Source dataset
- Downloads last month
- 563